শ্ৰী শ্ৰীউত্তৰ কমলাবাৰী সত্ৰই বাতিল কৰিলে পূৰ্ণাংগ ৰাস;ৰাস অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৪নৱেম্বৰত হ’ব চৰকাৰী ঘোষণা

0 331

চলিত বৰ্ষত শ্ৰী শ্ৰীউত্তৰ কমলাবাৰী সত্ৰই বাতিল কৰিলে পূৰ্ণাংগ ৰাস। শ্ৰী শ্ৰীউত্তৰ কমলাবাৰী সত্ৰৰ একপক্ষীয় সিদ্ধান্তৰ বিপৰীতে অৱশ্যে এই পৰ্যন্ত মাজুলীৰ অন্যান্য সত্ৰ সমূহে ৰাস লীলা অনুষ্ঠিত কৰাক লৈ কোনোধৰণৰ আনুষ্ঠানিক ঘোষণা কৰা নাই।ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰীউত্তৰ কমলাবাৰী সত্ৰৰ একপক্ষীয় সিদ্ধান্তৰ বিপৰীতে পাৰ্শ্বপ্ৰতিক্ৰিয়া অব্যাহত আছে সত্ৰপীঠ মাজুলীবাসী ৰাইজৰ মাজত। আনহাতে,ৰাজ্যত ৰাস লীলা অনুষ্ঠিত হ’ব নে নহয় সেই সৰ্ম্পকে অসম চৰকাৰে৪ নৱেম্বৰত আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰিব।

media school
Leave A Reply

Your email address will not be published.