নিজ সম্প্ৰদায়ৰ বাবে মাছমৰীয়াই স্থাপন কৰিলে দেশৰ প্ৰথমটো ৰেডিঅ’ চেণ্টাৰ

0 249

দেশত স্থাপন কৰা হ’ল মাছমৰীয়া সম্প্ৰদায়ৰ বাবে প্ৰথম আৰু একমাত্ৰ ৰেডিঅ’ চেণ্টাৰ।তামিলনাডুৰ ৰামানাথপুৰম জিলাৰ আৰ্মষ্ট্ৰং ফাৰ্নাণ্ডো নামৰ এজন মাছমৰীয়াই কাদাল অ’ছায় এফ এম-৯০.৪ নামৰ এটা ৰেডিঅ’ চেণ্টাৰ আৰম্ভ কৰে।সৰুৰে পৰা ৰেডিঅ’ৰ প্ৰতি আগ্ৰহী আছিল আৰ্মষ্ট্ৰং যাৰ বাবে তেখেতে একান্ত সাধনাৰে মৎস্যজীৱীসকলৰ মনোৰঞ্জন তথা সহায়ক হোৱাকৈ চেণ্টাৰটো আৰম্ভ কৰে।এই চেণ্টাৰটোত বাৰগৰাকী কৰ্মচাৰীয়ে কাম কৰে।আটাইকেইগৰাকী অংশকালীন কৰ্মচাৰী।

media school
Leave A Reply

Your email address will not be published.