পিছুৱালে জামিন আবেদনৰ শুনানি;২৭নৱেম্বৰ

0 140

২৭নৱেম্বৰলৈ জে’লত থাকিব লাগিব আৰ জে ডি নেতা লালু প্ৰসাদ যাদৱ।পশুখাদ্য কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ হোৱা লালু প্ৰসাদ যাদৱৰ জামিন আৱেদনৰ শুনানি ২৭ নৱেম্বৰলৈ পিছুৱালে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে।যাৰ বাবে আৰ জে ডি নেতাগৰাকীয়ে অহা ২৭নৱেম্বৰলৈ জেলত থকাতো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে।
আনহাতে এই সন্দৰ্ভত চি বি আইয়ে ইচ্ছা কৰিয়েই শপতনামা দাখিল নকৰাৰ অভিযোগ উত্থাপন কৰে লালু প্ৰসাদৰ অধিবক্তাগৰাকীয়ে।উল্লেখ্য যে,চাৰিটা গোচৰত দোষী সাব্যস্ত হোৱা আৰ জে ডি নেতাগৰাকীক ইতিমধ্যে তিনিটা গোচৰত জামিন মঞ্জুৰ কৰা হৈছে

media school
Leave A Reply

Your email address will not be published.