শিক্ষাৰ্থী সকলৰ বাবে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত—-

0 294

ৰাজ্যৰ শিক্ষাৰ্থী সকলৰ বাবে চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।শিক্ষাৰ্থী সকলৰ বাবে নিৰ্মাণ কৰা হব আধাৰ কাৰ্ড।৯ নৱেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব এই বিশেষ আঁচনি।
প্ৰতিখন জিলা উপায়ুক্তলৈ নিৰ্দেশ জাৰি কৰিছে চৰকাৰে।৬-১৮ বছৰৰ শিক্ষাৰ্থীৰ বাবে এই সুবিধা ৰাজ্য চৰকাৰৰ।স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় সমূহে লাভ কৰিব এই সুবিধা। নামভৰ্তিৰ ক্ষেত্ৰত প্ৰতিখন জিলাৰ উপায়ুক্তই দায়িত্ব ল’ব ।
৬ নং অনুসূচীত অন্তৰ্ভূক্ত জিলাৰ প্ৰধান সচিবৰ দ্বাৰা মুকলি কৰা হ’ব এই প্ৰক্ৰিয়া।

media school
Leave A Reply

Your email address will not be published.