ৱল্ড ৱাইল্ডলাইফ ফাণ্ডৰ সমীক্ষা-ভাৰতৰ ৩০খন চহৰত হ’ব ভয়ংকৰ জল সংকট

0 191

ভাৰতৰ ৩০খন চহৰত হ’ব ভয়ংকৰ জল সংকট।এই আশংকা প্ৰকাশ পাইছে ৱল্ড ৱাইল্ডলাইফ ফাণ্ডৰ এক সমীক্ষাত।এই সমীক্ষাটোৰ ম’তে ২০৫০চনৰ ভিতৰত বিশ্বৰ ১০০খন চহৰত ভয়ংকৰ পানী আাকালে দেখা দিব। পিছে তাতোকৈ ভয়ংকৰ কথাটো হ’ল এই তালিকাখনত অন্তৰ্ভুক্ত হৈছ কলকাতা,দিল্লী,মুম্বাই,জয়পুৰ,বেংগালুৰকে ধৰি ভাৰতৰ ৩০খনকৈ চহৰৰ নাম।ইয়াৰোপৰি,ডব্লিউ ডব্লিউ এফ নামৰ প্ৰতিষ্ঠানটোৰ মতে অনাগত দিনসমূহত বিশ্বৰ ৩৫কোটি লোকে পানীৰ অভাৱত দুৰ্যোগ ভুগিব লাগিব।

media school
Leave A Reply

Your email address will not be published.