ৰিপাব্লিক টি ভি ,টাইমচ নাওলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ-অভিযোগজনিত বাতৰি পৰিৱেশনৰ পৰা বিৰত থাকক

0 264

দিল্লী উচ্চ ন্যায়লয়ে বলীউডৰ ছবি নিৰ্মাতাৰসকলৰ দ্বাৰা দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি টিভি চেনেল ৰিপাব্লিক আৰু টাইমচ নাওক এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে। আদালতে কয় যে,বলীউডৰ চেলিব্ৰেটিৰ বিৰুদ্ধে আক্ৰমণাত্মক বাতৰি পৰিৱেশন কৰা বন্ধ কৰক।উল্লেখ্য যে, একাংশ ছবি নিৰ্মাতাই এমাহ আগতে দিল্লী উচ্চ আদালতত এখন আবেদন দাখিল কৰিছিল যে কিছুসংখ্যক মিডিয়াই বলিউড তথা তাৰকাসকলৰ বিৰুদ্ধে অৰ্থহীনভাৱে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে। তাৰ পাছতেই আদালতে নিৰ্দেশ দিছিল যে এই চেনেলসমূহত বা চছিয়েল মিডিয়াত কোনো মানহানিৰ কোনো সমল সম্প্ৰসাৰিত কৰিব নোৱাৰে।

media school
Leave A Reply

Your email address will not be published.