এনচিবি কাৰ্যালয়ত বলিউদৰ চলচ্চিত্ৰ প্ৰযোজক ফিৰোজ নাদিয়াৱালা…

0 256

নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহ সন্দৰ্ভত বলীউডৰ ভিতৰচ’ৰাত এনচিবিয়ে অব্যাহত ৰাখিছে অভিযান।শেহতীয়াকৈ বলীউডৰ জনপ্ৰিয় ছবি প্ৰযোজক ফিৰোজ নাদিয়াৱালাৰ পত্নী শ্বানা ছীডক ৰবিবাৰে এনচিবিয়ে আটক কৰে। তাৰ মাজতে সোমবাৰৰ দিনটোত প্ৰযোজকগৰাকী উপস্থিত হয় এনচিবিৰ কাৰ্যালয়ত।অৱশ্যে কি কাৰণত প্ৰযোজকগৰাকী এনচিবিৰ কাৰ্য্যালয়ত উপস্থিত হয় তাৰ সঠিক তথ্য লাভ কৰা নাই।উল্লেখ্য যে,ড্ৰাগছ সম্বন্ধীয় কেলেংকাৰীত আটক হৈছিল ফিৰোজ নাদিয়াৱালাৰ পত্নী শ্বানা ছীড।

media school
Leave A Reply

Your email address will not be published.