মাৰ্কিন গায়িকা মেৰি মিলবিনৰ ভাৰতলৈ দিপাৱালীৰ উপহাৰ,চাওক কি উপহাৰ দিলে

0 300

পোহৰৰ উৎসৱ দিপাৱালী কেৱল ভাৰততেই নহয়, বিভিন্ন দেশতো পালন কৰা পৰিলক্ষিত হয় ।

এইবাৰ দিপাৱালী উপলক্ষে বিদেশী গায়িকা মেৰি মিলেবিনে ‘ওম জয় জগদীশ হৰে’ শীৰ্ষক আধ্যাত্মিক বন্দনাটো নিজস্ব শৈলীত কণ্ঠ নিগৰাই উপহাৰ দিলে ভাৰতবাসীক।

মেৰি মিলবিনে কন্ঠদান কৰা ভিডিওটোত পৰিধান কৰিছে সুন্দৰ ভাৰতীয় সাজ , নিজকে সুসজ্জিত কৰি মূৰত তুলি লৈছে ওৰণি ।

ভাৰতীয় মহিলাৰ দৰেই পৰিধান কৰিছে মেৰি মিলবিনে ভাৰতীয় সাজ-পােছাক।

চলিত বৰ্ষত স্বাধীনতা দিৱসত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি চৰ্চাত আহিছিল বিদেশী গায়িকা মেৰি মিলবিন।

ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ভিডিওটো ।

media school
Leave A Reply

Your email address will not be published.