সোমবাৰে বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব নীতিশ কুমাৰে

0 185

চতুৰ্থবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰীৰ গাদীত বহিব নীতিশ কুমাৰ।

সোমবাৰে বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব নীতিশ কুমাৰে।

সোমবাৰে দিনৰ ১১.৩০ বজাত মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব নীতিশ কুমাৰে।

পাটনাত ৰাজনাথ সিঙৰ উপস্থিতিত অনুষ্ঠানিকভাৱে অনুষ্ঠিত এখন বৈঠকত এন ডি এ বিধায়িনী দলৰ নেতাৰূপে নিৰ্বাচিত হয় নেতাগৰাকী।

ইয়াৰ বিপৰীতে উপমুখ্যমন্ত্ৰীৰ দায়িত্ব ভাৰ গ্ৰহণ কৰিব সুশীল মোদীয়ে।

ৰাজভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত শপত গ্ৰহণ কৰিব দুই নৱনিৰ্বাচিত নেতাই।

media school
Leave A Reply

Your email address will not be published.