”ট্ৰাম্প দায়িত্বহীন”- মুখথেকেচা খোৱা ট্ৰাম্পক সমালোচনা——

0 347

কথাতে কয় নহয়,”নাও বুৰিলেও টিনৰ পৰা নামিব নোখোজে”একেইষাৰ কথা যেন এশ শতাংশই প্ৰমাণিত হ’ল ড’নাল্ড ট্ৰাম্পৰ ক্ষেত্ৰত।আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজয় লাভ কৰাৰ সত্ত্বেও অদ্যপি পৰাজয় মানি লোৱা নাই ড’নাল্ড ট্ৰাম্পে।

ইয়াৰ বিপৰীতে পুনৰ মুখ ঠেকেচা খালে ড’নাল্ড ট্ৰাম্পে।কিয়নো জৰ্জিয়াত পুনৰ ভোটগণনাত জয়ী হৈছে জ’ বাইডেন।জৰ্জিয়াত বাইডেনে ১২,২৮৪ভোটৰ ব্যৱধানত পৰাস্ত কৰে ট্ৰাম্পক।
আনহাতে,ট্ৰাম্পৰ এনে আচৰণক সমালোচনা কৰি বাইডেনে কয় যে-আমেৰিকাৰ ইতিহাসত ট্ৰাম্পৰ দৰে দায়িত্বজ্ঞানহীন ৰাষ্ট্ৰপতি এতিয়ালৈকে ওলোৱা নাই।

media school
Leave A Reply

Your email address will not be published.