নিষিদ্ধ হ’ব নেকি এমাজ’ন?কিয় চিএআইটিৰ ৰোষত পৰিল এমাজ’ন??

0 198

কনফেডাৰেচন অৱ অল ইণ্ডিয়া টেডাৰ্ছ চমুকৈ চিএআইটিৰ ৰোষত পৰিছে এমাজ’ন।শেহতীয়া তথ্য অনুসৰি এমাজ’ন ইণ্ডিয়াই বিক্ৰী কৰা সামগ্ৰীৰ প্ৰকৃত আৰু বিতং তথ্য প্ৰকাশ নকৰাৰ অভিযোগ তুলি চিএআইটিয়ে এসপ্তাহলৈ এমাজ’নক নিষিদ্ধ কৰাৰ দাবী তোলে চিএআইটিয়ে।শুক্ৰবাৰে এটা বিবৃতিত চিএআইটিৰ অধ্যক্ষ বিচি ভাৰটিয়া আৰু সম্পাদক প্ৰবীণ খান্দেৱালে এমাজ’নৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি বিহাৰ বাবে দাবী জনায়।উল্লেখ্য যে,সামগ্ৰীৰ বিতং আৰু প্ৰকৃত তথ্য প্ৰকাশ নকৰাৰ অপৰাধত মাত্ৰ ২৫হাজাৰ টকা জৰিমনা বিহা হৈছিল।

media school
Leave A Reply

Your email address will not be published.