ৰক্তাক্ত ৰাজৌৰি;পাক সেনাৰ গুলীত শ্বহীদ ২ভাৰতীয় জোৱান—-

0 196

জম্মু-কাশ্মীৰৰ এলঅ’চিত চিৰবৈৰী পাকিস্তানে অব্যাহত ৰাখিছে যুদ্ধবিৰতি উলংঘন।তাৰ মাজতে এলঅ’চিৰ ৰাজৌৰি অঞ্চলত পাকিস্তানী সেনাৰ অপ্ৰৰোচিত গুলীচালনাত দুজনকৈ ভাৰতীয় সেনা জোৱান শ্বহীদ হয়।শ্বহীদ হোৱা দুই সেনা জোৱান ক্ৰমে নাইক প্ৰেম বাহাদুৰ ক্ষেত্ৰী আৰু ৰাইফলমেন সুখবীৰ সিং বুলি চিনাক্ত কৰা হৈছে।সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে ৰাজৌৰিত পাকিস্তানী সেনাৰ পুনৰ যুদ্ধবিৰতি উলংঘন কৰি ভাৰতীয় সেনালৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ লগতে মৰ্টাৰ নিক্ষেপ কৰে।যাৰ ফলত দুজন সেনা জোৱান নিহত হোৱাৰ বিপৰীতে এজন জোৱান গুৰুতৰভাৱে আহত হয়।

media school
Leave A Reply

Your email address will not be published.