ৰজনীকান্তৰ নতুন সন্তান;নতুন বৰ্ষত জন্ম হ’ব ৰজনীকান্তৰ———

0 168

জীৱনৰ নতুন অধ্যায়ৰ পাতনি মেলিব থালইবা ৰজনীকান্তে। অচিৰেই অভিনয়ৰ পৰা ৰাজনৈতিক জগতত ভুমুকি মাৰিব চুপাৰষ্টাৰগৰাকীয়ে।এই কথা টুইটাৰযোগে সদৰী কৰিলে টলীউডৰ ৰজা ৰজনীকান্তে।অভিনেতাগৰাকীয়ে সদৰী কৰা অনুসৰি নিজাববীয়াকৈ গঠন কৰিব ৰাজনৈতিক দল কৰিব ৰজনীকান্তে।

৩১ ডিচেম্বৰত আনুষ্ঠানিকভাৱে ঘোষণা কৰিব ৰাজনৈতিক দলটোৰ নাম।২০২১ ৰ জানুৱাৰীত মুকলি কৰা হ’ব ৰজনীকান্তৰ নতুন ৰাজনৈতিক দলটোৰ নাম।
আনহাতে অভিনেতাগৰাকীৰ এই প্ৰস্তাৱক তেখেতৰ অনুৰাগীসকলে বেছ প্ৰশংসা কৰা পৰিলক্ষিত হৈছে।

media school
Leave A Reply

Your email address will not be published.