আম ও আম,লাখতহে উঠিল দাম

0 244

আপুনি আম খাই পাইছেনে,এইবুলি নুসোধো।কিয়নো আম নোখোৱা চাগে খুৱ কমেই আছে।আপোনাক সুধিছো কিমান টকাৰ আম খাই পাইছে আপুনি?শ বা হাজাৰ,নহয় জানো?কিন্তু বিশ্বৰ সবাতোকৈ মূল্যবান আমৰ কথা শুনিছেনে?য’ত দুটাৰ আমৰ দাম হ’ল ২লাখ ৭২হাজাৰ।আচৰিত হৈছে নহয়,পিছে আজৱ যেন লাগিলেও এয়াই সত্য।’এগ অফ দ্যা চান’এই প্ৰজাতিৰ আম হৈছে বিশ্বৰ আটাইতকৈ দামী আম।এই প্ৰজাতিৰ আমৰ খেতিৰ বাবে জাপানৰ মায়াজাকি অঞ্চল প্ৰসিদ্ধ।প্ৰতিবছৰে এই আমসমূহ লক্ষাধিক টকাত নিলাম হয়।এটা আমৰ ওজন আছিল ৩৫০গ্ৰাম।অৰ্থ্যাত মাত্ৰ ৭০০গ্ৰাম আমৰ মূল্য ২লাখ ৭২হাজাৰ টকা।

media school
Leave A Reply

Your email address will not be published.