“কাৰাগাৰমুখী হ’ব নেকি অৰ্ণৱ” অৰ্ণৱৰ বিৰুদ্ধে পুনৰ দাখিল চাৰ্জশ্বিট

0 369

পৰিয়ালৰ অনুৰোধত শেহতীয়াকৈ পুনৰ খোলা হ’ল এটা ঘটনা ।২০১৮ চনত এজন আৰ্কিটেক আৰু তেওঁৰ মাতৃৰ আত্মহত্যাৰ অভিযোগত ৰিপাব্লিক টিভিৰ অৰ্ণৱ গোস্বামীক শুক্রবাৰে আটক কৰে ।

ৰিপাব্লিকৰ প্ৰবন্ধক আৰু মুখ্য সম্পাদকৰ ওপৰত আত্মহত্যাৰ বাবে পুনৰবাৰ চাৰ্জশ্বিট দাখিল আৰক্ষীৰ ।৫৩বছৰীয়া আৰ্কিটেক অনৱে নায়কে ছুইচাইড নোটত লিখি থৈ যায় ৰিপাব্লিক টিভিৰ বিৰুদ্ধে প্ৰাপ্য ধন পৰিশোধ নকৰাৰ অভিযোগ ।শীৰ্ষ মহলৰ হেঁচাত আৰক্ষীয়ে দুবছৰ পূৰ্বে গোচৰ বন্ধ কৰিছিল ।

চুইচাইড নোটত নাম থকা আন দুজন ফিৰোজ শেখ আৰু নীতিশ সাৰদাক আটক কৰে ।নায়কৰ পৰিয়ালক প্ৰাণৰ ভাবুকিও প্ৰদান কৰিছিল অৰ্ণৱ গোস্বামীয়ে । অৰ্ণৱ গোস্বামীয়ে অভিযোগ কৰে যে মুম্বাইৰ নিজা ঘৰত আৰক্ষীয়ে তেওঁক শাৰীৰিক ভাৱে অপদস্ত কৰিছে

media school
Leave A Reply

Your email address will not be published.