“ৰাষ্ট্ৰঃ বিৰোধী শক্তিৰ পৰা সতৰ্ক থাকিবলৈ আহ্বান কৃষকক “

0 179

চৰকাৰে শুক্রবাৰে আন্দোলনকাৰী কৃষকসকলক অসামাজিক ,বাওঁপন্থী আৰু মাওবাদীৰ দ্বাৰা হাইজেক কৰা মঞ্চৰ বিৰুদ্ধে সজাগ হ’বলৈ গুৰুত্ব দিয়ে ।আন্দোলনকাৰী সকলে আন্দোলন তীব্ৰতৰ কৰিবলৈ দিল্লী চহৰৰ সৰহ সংখ্যক পথ অৱৰোধ কৰাৰ পৰিকল্পনাঃ কৰিছে ।

ভাৰতীয় কিচান ইউনিয়নে দাখিল কৰা আবেদনত তেওঁলোকৰ সৈতে আলোচনা নকৰাকৈ প্ৰণয়ন কৰা আইনৰ বিৰুদ্ধে সৰৱ হৈ পৰে । লগতে দাবী কৰে কৃষি উৎপাদন বজাৰ সমিতি এপি এম চি (APMC) প্ৰণালী ভংগ কৰা হ’ব, যাৰ ফলত দুৰ্ভিক্ষ হ’ব পাৰে ।

কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে কয় যে ,”চলি থকা কৃষক আন্দোলনক “টুকৰে – টুকৰে গেং “ৰ একাংশ ৰাষ্ট্ৰঃ বিৰোধী সমৰ্থকে হাইজেক কৰিছে ,গতিকে কৃষকৰ সৈতে আলোচনা বিফল হোৱাটো স্বাভাৱিক ।”

media school
Leave A Reply

Your email address will not be published.