ফেচবুকৰ পাছত এইবাৰ গুগ্‌লৰ বিৰুদ্ধে আমেৰিকাই তৰিলে গোচৰ—

0 293

বিশ্বৰ আগশাৰীৰ আৰু জনপ্ৰিয় ছাৰ্চ ইঞ্জিন গুগ্‌লৰ বিৰুদ্ধে আমেৰিকাৰ ৩৬খন ৰাজ্যই আদালতৰ কাষ চাপিছে।ব্যৱহাৰকাৰীৰ গোপনীয়তা ভংগ কৰাৰ অভিযোগত গুগ্‌লৰ বিৰুদ্ধে তৰা হৈছে গোচৰ।

গুগ্‌লে নিজকে অনলাইনৰ একছত্ৰী ছাৰ্চ প্ৰতিষ্ঠা কৰিবলৈ অপচেষ্টা চলোৱাৰ অভিযোগ উঠিছে।যাৰ ফলত উপভোক্তা আৰু বিজ্ঞাপন প্ৰচাৰ কৰা কোম্পানীসমূহৰ বিস্তৰ ক্ষতি হৈছে।

আমেৰিকাৰ ৱাশ্বিংটনৰ ডি চিৰ এখন ফেডাৰেল আদালতত এই গোচৰ তৰা হৈছে।ব্যৱহাৰকাৰীৰ গোপনীয়তা ভংগ কৰা গুগ্‌লক নিয়ন্ত্ৰণ কৰিবলৈও দাবী জনোৱা হৈছে।

media school
Leave A Reply

Your email address will not be published.