স্বাস্থ্যৰ অৱনতি,সিদ্ধান্ত সলনি কৰিলে চুপাৰষ্টাৰ ৰজনীকান্তে—

0 206

দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তে নোখোলে কোনো ৰাজনৈতিক দল। এই কথা মঙলবাৰে টুইটাৰযোগে স্পষ্টভাৱে সদৰীকৰিলে অভিনেতাজনে। তেওঁ লগতে উল্লেখ কৰে, ৰাজনৈতিক দল নুখুলিলেও তেওঁ তামিলনাডুবাসীৰ কল্যাণৰ বাবে কাম কৰি যাব।

শেহতীয়াকৈ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছে চুপাৰষ্টাৰগৰাকীৰ।আনহাতে এয়া তেওঁক ভগৱানে দিয়া এক সংকেত বুলি গণ্য কৰি এই সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে। উল্লেখ্য যে, কিছুদিনৰ আগতে নতুন বছৰৰ প্ৰথম দিনাই ৰজনীকান্তে নতুন দল খোলাৰ কথা ঘোষণা কৰিছিল।

media school
Leave A Reply

Your email address will not be published.