২৪ঘন্টাত ভাৰতত ২২৪গৰাকী কোৰোনা ৰোগীৰ মৃত্যু…

0 244

বিগত ২৪ঘন্টাত ভাৰতত নতুনকৈ মহামাৰী কোৰোনাত আক্ৰান্ত হৈছে ১৯হাজাৰ ৭৮গৰাকী লোক।

এনে বিপদসংকুল অৱস্থাত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ২২৪গৰাকী।

বিগত ২৪ঘন্টাত ২২হাজাৰ ৯২৬গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভটিছে।

দেশত কোৰোনাত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা হৈছে ১,০৩ ,০৫,৭৮৮

media school
Leave A Reply

Your email address will not be published.