মুখ্যমন্ত্ৰীক হত্যা কৰিলে পাব ১০লাখ,পাব্লিক গাইড মেপত ওলমিল পোষ্টাৰ

0 533

নতুন বছৰৰ প্ৰথমটো দিনতোতেই প্ৰাণে মৰাৰ ভাবুকি পালে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে।পাব্লিক গাইড মেপত পোষ্টাৰ উলমাই মুখ্যমন্ত্ৰীক হত্যা কৰিব পাৰিলে হত্যাকৰোতালৈ ১০ লাখ টকাৰ পুৰষ্কাৰো ঘোষণা কৰে অজ্ঞাত সূত্ৰই।

অৱশ্যে এই কথা পোহৰলৈ অহাৰ লগে লগে তৎপৰ হৈ উঠে পঞ্জাৱ আৰক্ষী।ইতিমধ্যে আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত পঞ্জাৱ আৰক্ষীয়ে ইতিমধ্যে এই ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে।আই পি চি ৫০৪, ৫০৬ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

media school
Leave A Reply

Your email address will not be published.