”ছোনিয়া গান্ধী আৰু বিএছপি প্ৰধান মায়াবতীয়ে ভাৰত ৰত্ন পোৱা উচিত”, বিৰোধীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া

0 449

কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধী আৰু বিএছপি প্ৰধান মায়াবতীয়ে ভাৰত ৰত্ন পোৱা উচিত” -এই দাবী কৰে উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱাটে। ছচিয়েল মিডিয়াৰ জৰিয়তে ভাৰত চৰকাৰক এই দাবী উত্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

ৰাৱটে কয় যে “ছোনিয়া গান্ধী আৰু মায়ৱতীয়ে মহিলা সৱলীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে । ৰাৱটে লগতে কয় যে “ছোনিয়া আৰু মায়াৱতী দুয়োজন দেশৰ ডাঙৰ ৰাজনীতিবিদ।
ইফালে ৰাৱাটৰ এই দাৱীক লৈ বিৰোধীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।ইয়াৰ মাজতে বিযোধীৰ একাংশ নেতাই ৰাৱাটৰ এই দাৱীক কটাক্ষ কৰি কয় যে জনসাধৰনক ঠগাবলৈ হে এনে ৰননীতি প্ৰস্তুত কৰিছে বুলি উল্লেখ কৰে ।

media school
Leave A Reply

Your email address will not be published.