অমিতাভ বচ্চনৰ কণ্ঠত কোভিড সজাগতাৰ ক’লাৰ টিউন,উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল ভুক্তভোগী

0 357

“বহুত হ’ল,আৰু নোৱাৰি।একেবাৰে অতিষ্ঠ হৈ পৰিছো।”
ব্যস্ততাপূৰ্ণ দৈনন্দিন কাম কাজৰ মাজত কাৰোবালৈ জৰুৰীভাৱে ফোন কৰাৰ সময়ত বাজি উঠা কোভিড সজাগতা টিউনটো শুনিলে সকলোৱে একেখিনি কথা
একেখিনি কথাকে আওৰায়।

এইবাৰ এই কলাৰ টিউৰ বিৰুদ্ধে ন্যায়ালয়ত দাখিল কৰা হৈছে আবেদন। অমিতাভ বচ্চনৰ কণ্ঠৰ কোৰোণা সজাগতাৰ কলাৰ টিউন আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত  দাখিল কৰা হৈছে এখন ৰাজহুৱা স্বাৰ্থজৰিত আবেদন। 

এতিয়া উচ্চ ন্যায়ালয়ে ৰায়দান কৰাৰ পিছতহে অভিতাভ বচ্চনৰ কোভিড সন্দৰ্ভত সচেতনামূলক কলাৰ টিউনটো পুনৰ শুনিবলৈ পোৱা যাব নে নাই, সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব

media school
Leave A Reply

Your email address will not be published.