গোলকীয় উষ্ণতা বৃদ্ধিয়ে ২০২০বৰ্ষটোত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে ।

0 391

ইউৰোপীয় সংঘ (ইইউ)ৰ উপগ্ৰহৰ তথ্য অনুসৰি ২০১৬ বৰ্ষটোৰ দৰে ২০২০ বৰ্ষটোও আছিল বিশ্বৰ ভিতৰত আটাইতকৈ উষ্ণ বৰ্ষ ।


কপাৰনিকাছ ক্লাইমেট এণ্ড চাৰ্ভিচৰ তথ্য অনুসৰি যোৱাবৰ্ষত গোলকীয় উষ্ণতা আছিল ১.২৫ ডিগ্ৰী চেলচিয়াছতকৈ বেছি।

২০১৯বৰ্ষৰ তুলনাত ২০২০ বৰ্ষটোত ইউৰোপৰ উষ্ণতা ০.৪ডিগ্ৰীলৈ বৃদ্ধি পাইছিল।
এই বিপৰ্যয়ৰ সময়তো পেৰিছ জলবায়ু চুক্তিৰ চৰ্তবোৰ পূৰণ কৰা নাই অধিকসংখ্যক দেশে।

media school
Leave A Reply

Your email address will not be published.