তিক্ততা পাহৰি ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অযোধ্যাৰ মুছলমানৰ দান বৰঙণি

0 310

তিনি দশকজোৰা তিক্ততা পাহৰি ৰাম মন্দিৰ নিৰ্মাণৰ বাবে মুক্তহস্তে দান বৰঙণি আগবঢ়াইছে অযোধ্যাৰ বহুসংখ্যক মুছলিম নাগৰিকে ।

১৯৯২ চনৰ ৬ডিচেম্বৰত কৰ সেৱকৰ বিশাল বাহিনীয়ে বাবৰি মছজিদ ধংশ কৰাৰ পাছৰে পৰা বহুকেইটা সংঘৰ্ষ হৈছে


২০০২চনত গুজৰাটত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল আৰু শতাধিক লোক আজি পৰ্যন্ত নিখোজ হৈ আছে ।

অতীতৰ তিক্ততা পাহৰি ন উদ্যমৰে বিশ্ব হিন্দু পৰিষদৰ পুঁজি সংগ্ৰহ অভিযানত সঁহাৰি জনাইছে একাংশ ভাৰতীয় মুছলমান লোকে ।


উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পাছতে পুৰণি স্মৃতি পাহৰি এক হৈ আগুৱাই গৈছে একাংশ লোকে ।


ৰাম মন্দিৰলৈ দুজন আগশাৰীৰ মুছলমান – ফৈজাবাদৰ ৱাছি হাইদৰে ১২ হাজাৰ টকা আৰু শ্বাহ বানুয়ে ১১হাজাৰ টকাকৈ বৰঙণি আগবঢ়াই।

media school
Leave A Reply

Your email address will not be published.