প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদব গুৰুতৰ ভাবে অসুস্থ ।

0 367

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদবৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক।
শ্বাস-প্ৰশ্বাসত অসুবিধা পোৱাৰ পিছতে চিকিৎসকৰ এটা দলে নজৰত ৰাখিছে নেতাগৰাকীক।
উল্লেখ্য যে, উচ্চ ন্যায়ালয়ৰ শুনানিৰ পূৰ্বেই স্বাস্থ্যৰ অৱনতি ঘটিছে লালু প্ৰসাদ যাদবৰ।
তেখেতৰ কভিড টেষ্টৰ ফলাফল নিগেটিভ অহাৰ লগতে আন আন পৰীক্ষা সমূহো কৰা হৈছে

media school
Leave A Reply

Your email address will not be published.