৭০০০কিলোমিটাৰৰ যাত্ৰা,অৱশেষত ভাৰতত অৱতৰণ তিনি ৰাফেলৰ

0 453

পুনৰ ভাৰত পালেহি তিনিখনকৈ ৰাফেল বিমান। বুধবাৰে নিশা ৭০০০ কিলোমিটাৰ অতিক্ৰম কৰি ফ্ৰাঞ্চৰ পৰা জামনগৰৰ বিমানঘাটিত অৱতৰণ কৰিলে তিনিখন ৰাফেল বিমানে।

প্ৰথমবাৰৰ বাবে  ২৯ জুলাইত  ফ্ৰান্সৰ পৰা ভাৰতলৈ আহিছিল পাঁচখন ৰাফেল ।আনহাতে, ৫ নৱেম্বৰত পুনৰ তিনিখন ৰাফেল আহি পাইছিল । ইয়াৰ পাছতেই বৰ্তমানলৈকে ভাৰতৰ বায়ু সেনাত চামিল হ’ল ১১ খনকৈ ৰাফেল।

উল্লেখ্য যে,   ফ্ৰাঞ্চৰ সৈতে প্ৰায় ৪বছৰৰ আগতে ৫৯ হাজাৰ কোটি টকাৰ বিনিময়ত ভাৰতে ৩৬খন বিমান ক্ৰয়ৰ চুক্তি কৰিছিল।এই চুক্তি মৰ্মেই ভাৰতে লাভ কৰিছে ১১খন বাহন

media school
Leave A Reply

Your email address will not be published.