আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পলৈ ন’বেল বঁটা

0 444

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ৰ পৰাই আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মহাভিযোগৰ কুচকাৱাজ চলি আছে অন্যহাতে সাংঘাতিক ধৰণে বিশ্বৰ আটাইতকৈ বৃহৎ পুৰস্কাৰ ২০২১ৰ ন’বেল পুৰষ্কাৰৰ কাৰণে নমিনেট কৰা হৈছে ড’নাল্ড ট্ৰাম্পক ।

ইয়াৰ লগতে পৰিৱেশ কৰ্মী গ্ৰেটা থুনবাৰ্গ আৰু ধাৰাবাহিক শিৰোনাম দখল কৰা ৰাছিয়াৰ অসন্তুষ্ট নেতা এলেক্সী নৱেলনীকো এই বছৰৰ শান্তিৰ ন’বেল বঁটাৰ কাৰণে বাছনি কৰা হৈছে।

বিশ্ব স্বাস্থ্য সংগঠন আৰু তেওঁলোকৰ COVAX কাৰ্যসূচীক ন’বেলৰ শান্তি পুৰষ্কাৰৰ কাৰণে গুৰুত্ব প্ৰদান কৰা হৈছে। অতিশয় তাৎপৰ্যপূৰ্ণ কথা যে নৰৱেৰ আইন প্ৰণয়নকৰ্তাই সাধাৰণতে যাক বাচনি কৰে প্ৰায়ে তেওঁলোকেই ন’বেল বঁটা জয় কৰে বুলি এক সমীক্ষা ওলাইছে ।

media school
Leave A Reply

Your email address will not be published.