আৰোহীবিহীন এখন বাইক

0 855

আৰোহীয়ে চলাই নিয়া বাইকৰ বিষয়ে আপুনি নিশ্চয় শুনিছে ৷

কিন্তু আৰোহীবিহীনভাৱে চলি যোৱা বাইকৰ বিষয়ে আপুনি হয়তো দেখাও নাই আৰু শুনাও নাই ৷ কিন্ত এই ভিডিঅ’টো দেখাৰ পাছত আপুনি হয়তো আচৰিত হৈ পৰিব কিদৰে এখন আৰোহীবিহীন বাইকে নিশা এটা ৰাস্তাত চলাচল কৰি ফুৰিছে এইদৰে ৷


জাইদিয়ে পোষ্ট কৰা ভিডিঅ’ত দেখা গৈছে দুখন বাইক এটা ৰাস্তাৰ কাষত পাৰ্ক কৰা আছিল। এটা ঘৰৰ কাষত থকা ৰাস্তাটোত ৰখাই থোৱা দুখন বাইকৰ এখন হঠাৎ চলিবলৈ আৰম্ভ কৰে। এনেদৰেই কিছুদূৰ চলি থাকিল এই বাইকখন ৷ হঠাতে চলি যোৱা আৰোহীবিহীন এই বাইকখন এতিয়া ভাইৰেল হৈ পৰিছে চ’চিয়েল মিডিয়াত।

media school
Leave A Reply

Your email address will not be published.