৫০ হাজাৰকৈ পাব ৰাজ্যৰ মহিলাই
আজি ৰাজ্যৰ মহিলাসকলে লাভ কৰিব ৫০ হাজাৰকৈ।
কনকলতা মহিলা সৱলীকৰণ যোজনাৰ অধীনত লাভ কৰিব ধন।
ৰাজ্যৰ ৮৮,২৪০ টা আত্মসহায়ক গোটলৈ ৫০ হাজাৰকৈ।
৬৮ হাজাৰ আত্মসহায়ক গোটলৈ ২৫ হাজাৰকৈ।
জীৱিকা সখী এক্সপ্ৰেছৰ জৰিয়তে ৪২৩৮ গৰাকী মহিলালৈ স্কুটী।
দিব্যাংগজনলৈ উত্পাদনশীল আঁচনি ৰাজ্য চৰকাৰৰ।