মাতৃহীন বান্দৰ পোৱালিৰ মাতৃদায়িত্ব পালন এজনী কুকুৰৰ

0 275

জীৱৰ ভিতৰত মানুহক জীৱশ্ৰেষ্ঠ বুলি কোৱা হয়

কিন্ত কেতিয়াবা মানুহৰ সলনি জন্তুক জীৱশ্ৰেষ্ঠ বুলি ক’ব পাৰি ৷

কাৰণ জন্তুৱে কেতিয়াবা শ্ৰেষ্ঠতাৰ কৰ্ম কৰে ৷

নাজিৰাৰ এজনী কুকুৰৰ এটা বান্দৰ পোৱালিৰ প্ৰতি স্নেহ দেখিলে সকলোৰে হৃদয় স্পৰ্শ কৰি যাব ক্ষন্তেকৰ বাবেও ৷

মাতৃহীন এটা বান্দৰৰ পোৱালিক এজনী কুকুৰে মাতৃৰ মৰমেৰে ডাঙৰ দীঘল কৰিছে সৰুৰে পৰাই ৷

ওপৰ নাজিৰাৰ নিৱাসী অৰুণ দত্ত নামৰ ব্যক্তিজনৰ ঘৰত প্ৰায় ছমাহ ধৰি বান্দৰ পোৱালিটোক দুগ্ধপান কৰি আছে এই কুকুৰজনীয়ে ৷

Leave A Reply

Your email address will not be published.