বাবা ৰামদেৱৰ ক’ৰণিল

0 335

বাবা ৰামদেৱে প্ৰস্তুত কৰি উলিয়ালে কৰণা ভেকচিন।

হৰিদ্বাৰস্থিত পতঞ্জলি আয়ুৰ্বেদে ক’ৰণিলৰ বাবে লাভ কৰিলে প্ৰমান পত্ৰ।

বিশ্ব স্বাস্থ সংস্থাৰ যোজনাৰ আধাৰত আয়ুষ মন্ত্ৰালয়ৰ পৰালাভ কৰিলে এই প্ৰমান পত্ৰ।

কোম্পানীৰ মতে কভিড ১৯ ৰ বাবে ক’ৰণিল কভিডৰ প্ৰতিষেধক হিচাপে সম্পূৰ্ণ ব্যৱহাৰ্য হ’ব।

এই সন্দৰ্ভত বাবা ৰামদেৱে কয় যে- ক’ৰণিল প্ৰাকৃতিক চিকিৎসাৰ আধাৰত মানৱতাৰ খাতিৰত সহজলভ্যভাৱে প্ৰস্তুত কৰা হৈছে।

আয়ুষ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ক’ৰণিল টেবলেটক কভিড ১৯ৰ সহায়ক উপায় হিচাপে মান্যতা প্ৰদান কৰা হৈছে।

উল্লেখ্য যে পতঞ্জলি আয়ুৰ্বেদে ক’ৰণিলক যোৱা বছৰ ২৩ জুনত আগবঢ়াইছিল।

কিন্তু বৈজ্ঞানিক প্ৰমান নথকাৰ বাবেই এই ভেকচিন প্ৰদান কৰিব পৰা নাছিল কভিড ৰোগীৰ বাবে।

ইয়াৰ পিছতে এই ভেকচিনক আয়ুষ মন্ত্ৰালয়ে প্ৰতিৰোধ ক্ষমতাৰ বৰ্ধক হিচাপে মান্যতা প্ৰদান কৰিছিল।

বিকাশ পতঞ্জলি অনুসন্ধান সংস্থাৰ দ্বাৰা ক’ৰণিলৰ টেবলেট তৈয়াৰ কৰা হৈছে।

media school
Leave A Reply

Your email address will not be published.