মৌলবীৰ নাকৰ শব্দই টোপনী কাঢ়িলে ৰাইজৰ ।

0 44,420


মৌলবীৰ নাকৰ কৰ্কশ শব্দৰ ফলত নিশা সমস্যাত পৰিল স্থানীয় একাংশ লোক। মাইক বন্ধ কৰিবলৈ পাহৰি মৌলবীগৰাকী মছজিদৰ ভিতৰতে শুই পৰিল। আৰু নিশা নাকৰ শব্দই ৰজনজনাই গ’ল সমগ্ৰ অঞ্চল।

আজান দিয়াৰ পিছত মাক বন্ধ কৰিবলৈ পাহৰি থাকিল এজন মৌলবীয়ে। উৰে নিশা বাজি থাকিল মাইকৰ শব্দ। ফলত উজাগৰে নিশা কটাবলগীয়া হ’ল অঞ্চবাসীয়ে। পিছে মাইকত কিহৰ শব্দ ভাহি আহিল জানিলে আচৰিত হ’ব।

মৌলবীৰ নাকৰ শব্দৰ ফলত নিশা টোপনী খতি হ’ল লোকসকলৰ। একাংশই মৌলবীৰ নাকৰ শব্দ ৰেকৰ্ডিং কৰি আপলোড কৰিলে ছচিয়েল মিডিয়াত। ইয়াৰ পিছতে হৈ পৰে ভাইৰেল। এই আমোদজনক ঘটনাই এতিয়া হাঁহিৰ খোৰাক যোগাইছে সকলোকে।

media school
Leave A Reply

Your email address will not be published.