ভাৰতত ক্ষান্ত হোৱা নাই কৰ’ণা , ২৪ ঘন্টাত আক্ৰান্ত ২৭,৯২১ জন

0 2,396

সমগ্ৰ বিশ্বতে কৰ’ণাই প্ৰতিগৰাকী লোককে কম বেছি পৰিমাণে আক্ৰান্ত কৰিছে ৷

ভাৰততো কৰ’ণাই বহু সংখ্যক লোককে শাৰীৰিক আৰু মানসিকভাৱে আক্ৰান্ত কৰিছে ৷

বৰ্তমান এক সমীক্ষা অনুসৰি ভাৰতত ১৭,৯২১ জন নতুনকৈ আক্ৰান্ত হৈছে ৷

যোৱা ২৪ ঘন্টাত আৰু এই কথা পোহৰলৈ আনিছে ৰাষ্ট্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷

সমগ্ৰ ভাৰতবৰ্ষতে এই পৰ্যন্ত মুঠ ১,১২,৬২,৭০৭ জন লোক আক্ৰান্ত হৈছে আৰু ১,৫৮,০৬৩ জন লোক মৃত্যুমুখত পৰিছে ৷

কভিড আক্ৰান্ত হোৱা ২০,৬৫২ জন লোক সুস্থ হৈ ঘৰলৈ উভতি গৈছে ৷

বৰ্তমানেও সমগ্ৰ ভাৰতবৰ্ষতে ১,৮৪,৫৯৮ জন লোকৰ শৰীৰত ক’ভিডৰ উপস্থিতিৰ লক্ষণ সমূহ দেখা পোৱা গৈছে ৷

কভিডৰ ভেকচিন নিৰ্মাণ কৰাৰ পাছত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে প্ৰায় ২,৪৩,৬৭,৯০৬ জন লোকে টিৰাকৰণৰ সুবিধা লাভ কৰিছে

Leave A Reply

Your email address will not be published.