গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰী নিবাসত ভয়ংকৰ অগ্নিকাণ্ড

0 258

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিবাসত ভয়ংকৰ অগ্নিকাণ্ড

নিমিষতে জ্বলি গ’ল ছাত্ৰী নিবাসৰ এটা কোঠালি

বিশ্ববিদ্যালয় গান্ধী ভৱন ছাত্ৰী নিবাসত ঘটে এই ঘটনা ।

জ্বলাই থোৱা চাকিৰ পৰা সূত্ৰপাত ঘটে জুইৰ

জুই নোমোৱাৰ বাবে চেষ্টা চলাইছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।

জ্বলিগ’ল ছাত্ৰীৰ সকলোবোৰ যাৱতীয় সামগ্ৰীৰ লগতে কিতাপ

অগ্নিনির্বাপক বাহিনীয়ে জুই নির্বাপন কৰিবলৈ সক্ষম হয়

অগ্নিকাণ্ডত কোনো ছাত্ৰী আহত হোৱা নাই

গান্ধী ভৱন গৱেষিকা ছাত্ৰী নিবাসত ঘটে ঘটনাটো

Leave A Reply

Your email address will not be published.