PUBG পুনৰ আহিব ভাৰতলৈ

0 295

PUBG ম’বাইল গেম পুনৰ আৰম্ভ কৰাৰ চিন্তাচৰ্চা চলিছে ।
কোৰিয়ান কোম্পানী ক্ৰাফ‌‌টনে PUBG গেম আৰম্ভ কৰিবলৈ ভাৰত চৰকাৰৰ সৈতে আলোচনা আৰম্ভ কৰিছে ।

এক বিশেষ খবৰ অনুযায়ী কোম্পানীটোৱে সকলো সময়তে ভাৰতত PUBG ম’বাইল পুনৰ আৰম্ভ কৰিব বিচাৰে ।কোম্পানীটোৱে লগতে জনাইছেযে PUBG গেম ৰ কথা চৰকাৰৰ সন্মুখত উপস্থাপন কৰিছে।

এতিয়া কেৱল ভাৰত চৰকাৰৰ অনুমোদনৰ অপেক্ষাত ৰৈ আছে কোম্পানীটো ।কোম্পানীটোৱে স্পষ্ট কৰি দিছে যে বৰ্তমান ভাৰতত কেৱল PUBG পুৰণি সংস্কৰণটোৰ পুনৰ আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে ।


কিন্তু অতি শীঘ্ৰে বজাৰত মুকলি হ’বলগীয়া NEW Stateক ভাৰতত মুকলি কৰা নহব বুলি কোম্পানীটোৱে জনায়

media school
Leave A Reply

Your email address will not be published.