ম’বাইল ৰক্তদান ভেন :গুৱাহাটীৰ মাৰৱাৰী চিকিৎসালয়ত ম’বাইল ৰক্তদান ভেন আৰম্ভ কৰিছে ।

0 270

অসমৰ ৰাজধানী গুৱাহাটীৰ মাৰৱাৰী চিকিৎসালয়ে চহৰখনত এখন মোবাইল ৰক্তদান ভেন মুকলি কৰিছে ।
উত্তৰ পূৰ্বাঞ্চলৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ দ্বাৰা আৰম্ভ কৰা এই প্ৰকাৰৰ এইখন প্ৰথম ভেন।

মাৰৱাৰী হস্পিতাল ,ৰাজ্য চৰকাৰ দ্বাৰা সঞ্চালিত মেডিকেল কলেজ আৰু হস্পিতাল, গুৱাহাটী মেডিকেল কলেজ হস্পিতালে এই ম’বাইল ৰক্তদান ভেন খনৰ শুভাৰম্ভণি কৰে । ৰক্ত দান কৰিব বিচৰা লোকসকলৰ বাবে এই ভেন খন যথেষ্ট উপযোগী হ’ব।

চিকিৎসালয় খনে এক বিবৃতিত কৈছে যে “ম’বাইল ৰক্তদান ভেনবোৰ ৰক্তদান শিবিৰ আয়োজনৰ বাবে এটা স্থানৰ পৰা আন ঠাইলৈ নিয়মীয়া দাতা সকলৰ বাবে সহায়ক হব ।

মাৰোৱাৰী চিকিৎসালয়ৰ ব্যৱস্থাপনাই ৰক্ত বেংকৰ সুবিধা অধিক শক্তিশালী কৰিবলৈ প্ৰাথমিকতাৰে কেইবাটাও প্ৰকল্প গ্ৰহণ কৰাৰ পৰিকল্পনা কৰি আছে ।

media school
Leave A Reply

Your email address will not be published.