সুশান্ত সিং ৰাজপুত অভিনীত ছিছোৰে’লৈ ৬৭ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

0 289

প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুত অভিনীত ছিছোৰে’ক ৬৭ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত হিন্দীৰ শ্ৰেষ্ঠ ফিচাৰ চলচ্চিত্ৰ প্ৰদান কৰা হৈছে।


শেহতীয়াকৈ মহমাৰীৰ কিছু হ’লেও শাম কটাৰ পাছতে,সোমবাৰে দিল্লীৰ ৰাষ্ট্ৰীয় মিডিয়া কেন্দ্ৰত পুৰস্কাৰ ঘোষণা কৰা হয় এই সন্মান ৷

নীতেশ তিৱাৰীয়ে পৰিচালনা কৰা ছিছোৰে’ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে সুশান্ত সিং ৰাজপুতে ৷

অভিনয় কৰিছে শ্ৰদ্ধা কাপুৰে ,অভিনয় কৰিছে বৰুণ শৰ্মাৰ দৰে বলীউডৰ আন আন জনপ্ৰিয় তাৰকাসকলেও।

media school
Leave A Reply

Your email address will not be published.