পান কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে সংযোগ নকৰিলে ভৰিব লাগিব ১০০০ টকা জৰিমনা ।

0 602

আপুনি বাৰু আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ডৰ সংযোগ কৰিলেনে ?
যদি নাই কৰা তেন্তে অতি শীঘ্ৰে কৰক কিয়নো ৩১মাৰ্চলৈ শেষ তাৰিখ দিয়া গৈছে ।যদি আপুনি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ সংযোগ কৰোৱা নাই তেন্তে আপুনি ভৰিব লাগিব ফাইন । গুৰুত্বপূৰ্ণ কথা এইটোৱে যে ১০০০টকাকৈ ভৰিব লাগিব ফাইন আৰু যদিহে আপুনি ফাইন দিবলৈ অমান্তি হয় তেন্তে আপোনাৰ পান কাৰ্ডখন বিকল হৈ পৰিব ।

বিত্ত বিধেয়ক ২০২১ত
চৰকাৰে নিৰ্ধাৰণ কৰা নিয়ম অনুসৰি বিধেয়ক ১৯৬১ৰ (ধাৰা ২৩৪)অনুসৰি বিত্ত বিভাগৰ কিছু নিয়মৰ পৰিৱৰ্তন ফলত আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ডৰ সংযোগ নকৰা লোকক দণ্ডিত কৰাৰ বাবে আইন প্ৰণয়ন কৰা হৈছে ।

media school
Leave A Reply

Your email address will not be published.