কেন্দ্ৰীয় চৰকাৰে এলপিজি সংযোগৰ বাবে ৰাজসাহায্যৰ নিয়ম সলনি কৰাৰ সম্ভাৱনা আছে

0 612

যদি আপুনি উজ্জ্বলা আঁচনিৰ অধীনত বিনামূলীয়া এলপিজি সংযোগ লোৱাৰ পৰিকল্পনাঃ কৰিছে ,তেন্তে এই খবৰটো আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ ।
চৰকাৰে শীঘ্ৰেই উজ্জ্বলা আঁচনিৰ অধীনত উপলব্ধ ৰাজসাহায্যৰ গাঁথনিত পৰিৱৰ্তন কৰিব পাৰে ।

তেল মন্ত্ৰালয়ে ২খনকৈ নতুন আঁচনিৰ ওপৰত কাম কৰি আছে সোনকালেই মুকলি কৰিব এই আঁচনি।

কেন্দ্ৰীয় চৰকাৰে ২০২১ চনৰ বাজেটত এক কোটি নতুন এলপিজি গেছ সংযোগ দিবলৈ ঘোষণা কৰিছিল ,কিন্তু এতিয়া চৰকাৰে OMC ৰ হৈ পৰিশোধ কৰিবলগীয়া মডেলৰ পৰিৱৰ্তন কৰিছে।

তথ্য অনুসৰি ,১৬০০ টকাৰ আগতীয়াকৈ পৰিশোধ কৰিব লাগিব ধন ।

এই আঁচনিৰ আধাৰত গ্ৰাহকসকলে ১৪.২কেজি চিলিণ্ডাৰ আৰু ষ্টোভ দিয়া হয় ।ইয়াৰ মূল্য প্ৰায় ৩২০০ টকা আৰু চৰকাৰৰ হৈ লাভ কৰে ১৬০০টকাৰ ৰাজসাহায্য ।

media school
Leave A Reply

Your email address will not be published.