চুপাৰষ্টাৰ ৰজনীকান্তক ২০২১ দাদা চাহেব ফাল্কে বঁটা প্ৰদান

0 364

দক্ষিণৰ অভিনেতা ৰজনীকান্তে চলচ্চিত্ৰ বিশ্বৰ আটাইতকৈ ডাঙৰ পুৰস্কাৰ দাদা চাহেব ফাল্কে বঁটা লাভ কৰিব। আজি কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে এই কথা ঘোষণা কৰিছে। তেওঁ কৈছিল যে ৰজনীকান্তক ৩ মে’ত ৫১ তম দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হ’ব।

বৰ্তমান ৭১ বছৰ বয়সীয়া ৰজনীকান্ত তামিল চিনেমাৰ লগতে হিন্দী
চিনেমাত অভিনয়ৰ বিশেষ শৈলীৰ বাবে সকলোৰে আগত বিশেষভাবে চিনাকি।

কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে টুইটযোগে জনায় যে , “চিনেমালৈ তেওঁলোকৰ আকৰ্ষণীয় অৱদানৰ বাবে এতিয়ালৈকে ৫০ বাৰ বিভিন্ন ব্যক্তিক এই বঁটা প্ৰদান কৰা হৈছে।

media school
Leave A Reply

Your email address will not be published.