পৰাজয়ৰ দিশে বিজেপি প্ৰাৰ্থী আঙুৰলতা

0 1,579

বৰছলা সমষ্টিত পৰাজয়ৰ দিশে কংগ্ৰেছ প্ৰাৰ্থী আৰ পি শৰ্মা।

সমষ্টিটোৰ পৰা বিজেপিৰ গণেশ কুমাৰ লিম্বুৱে ১৭ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি আছে।

ইফালে বটদ্ৰৱা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা নিশ্চিত বিজয়ৰ দিশে।

বটদ্ৰৱা সমষ্টিত বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকা প্ৰায় ২৪ হাজাৰ ভোটৰ ব্যৱধানত পিছ পৰিছে।

media school
Leave A Reply

Your email address will not be published.