অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙৰ ব্ৰহ্মপুত্ৰ সুতিত গছ পুলি ৰোপণ

0 4,453

আজি বিশ্ব পৰিবেশ দিৱস।সমগ্ৰ বিশ্বজুৰি আজিৰ এই বিশেষ দিনটো বিশ্ব পৰিবেশ দিৱস ৰূপে পালন কৰি আহিছে ৷ অৰণ্য মানৱ ,পদ্মশ্ৰী যাদৱ পায়েঙে পুৱা ভাগৰ পৰাই ব্ৰহ্মপুত্ৰ সুতিত গছ পুলি ৰোপণ কৰিছে ।

বন ধ্বংস কৰা বাবে গোলকীয় উষ্ণতা বৃদ্ধি পোৱা লগতে দেশে এইসময়ত নিৰ্মল অক্সিজেন বাবে হাহাকাৰ কৰিছে,বক্ষ্মপুত্ৰ পানী পৰিমাণ কমি যোৱাত প্ৰকৃতি ভুমিকা যথেষ্ট গুৰুত্বপূৰ্ণ হোৱাৰ লগতে সকলোকে

বছৰৰ এই সময়ত গছপুলি ৰোপণৰ আহ্বান জনালে অৰণ্য মানৱ খ্যাত পদ্মশ্ৰী যাদৱ পায়েঙে ।

media school
Leave A Reply

Your email address will not be published.