ক’ভিডত আক্ৰান্ত যশস্বী চিত্ৰশিল্পী নীলপৱন বৰুৱা

0 1,245

যশস্বী চিত্ৰশিল্পী নীলপৱন বৰুৱা কৰ’নাত আক্ৰান্ত হৈছে।

শেহতীয়াকৈ ক’ভিড টেষ্টত তেওঁৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে ।

বৰ্তমান জি এম চি এইচৰ ছুপাৰ স্পিচিয়েলিটি হস্পিটেলত চিকিৎসাধীন হৈ আছে শিল্পী গৰাকী

কিছু পৰিমাণে অসুস্থ হৈ পৰা চিত্ৰশিল্পীগৰাকীক বৰ্তমান  জি এম চি এইচৰ ছুপাৰ স্পিচিয়েলিটি হস্পিটেলত ভৰ্তি কৰা হৈছে।

উল্লেখযোগ্য যে,নীলপৱন বৰুৱাৰ গুণমুগ্ধসকলে তেওঁৰ আশু-আৰোগ্য কামনা কৰিছে।

media school
Leave A Reply

Your email address will not be published.