ৰামদেৱৰ ক’ৰ’নিল টেবলেটৰ বিতৰণ বন্ধ কৰিলে নেপাল চৰকাৰে

0 7,350

মহামাৰী কোভিড-১৯ ভাইৰাছক প্ৰতিহত কৰিবলৈ যোগগুৰু ৰামদেৱৰ প্ৰতিষ্ঠান পঞ্জলিৰ দ্বাৰা নিৰ্মাণ কৰা ক’ৰ’নিল টেবলেটৰ বিতৰণ বন্ধ কৰি দিছে নেপালৰ আয়ুৰ্বেদিক বিভাগে ।


কিছুদিন পূৰ্বে ৰামদেৱে ১৫,০০ ক’ৰ’নিল কিট উপহাৰ হিচাবে আগবঢ়াইছিল নেপাল চৰকাৰক ।কিন্তু বৰ্তমান ভাৰতত এই ঔষধবিধকলৈ চলি থকা বিতৰ্কৰ কথা উমান পাই আৰু এই ঔষধ বিধৰ এই ঔষধ বিধৰ ওপৰত প্ৰতিবন্ধক লগাইছে নেপাল চৰকাৰে । উল্লেখযোগ্য কথা যে ,নেপাল চৰকাৰৰ ঘোষণা অনুসৰি পতঞ্জলিৰ নাকৰ জৰিয়তে গ্ৰহণ কৰা ক’ৰ’নাৰ দৰৱ আৰু ক’ৰ’নিল টেবলেটৰ কোনো ৰোগ প্ৰতিৰোধী ক্ষমতা নাই ।

media school
Leave A Reply

Your email address will not be published.