GMCH হস্পিতালত ছবি অঁকাত ব্যস্ত চিত্ৰশিল্পী নীলপৱন বৰুৱা

0 682

যশস্বী চিত্ৰশিল্পী নীলপৱন বৰুৱা কিছুদিন পূৰ্বে ক’ৰনাত আক্ৰান্ত হৈছিল ।
শেহতীয়াকৈ ক’ভিড টেষ্টত তেওঁৰ দেহত ক’ভিডৰ অবস্থিতি ধৰা পৰিছিল ।


বৰ্তমান তেওঁ জিএমচি এইচৰ চুপাৰ স্পেচিয়েলিটি হস্পিতালত চিকিৎসাধীন হৈ আছে যদিও বৰ্তমান তেওঁ সুস্থ হৈ উঠিছে ।


বৰ্তমান হস্পিতালত দিনটোৰ অৱসাদ আঁতৰাবলৈ ছবি অঁকাত ব্যস্ত হৈ পৰিছে
চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ।


উল্লেখযোগ্য যে , নীলপৱন বৰুৱাৰ গুণমুদ্ধসকলে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে ।

Leave A Reply

Your email address will not be published.