অৱশেষত জামিন লাভ কৰিলে অসম কন্যা দেৱাংগনা কলিতাই

0 7,744

দিল্লীত কাৰাবন্দী হৈ থকা অসম কন্যা দেৱাংগনা কলিতাই অৱশেষত জামিন লাভ কৰিলে।দেৱাংগনাৰ লগতে নাতাশা নাৰৱাল আৰু আছিফ ইকবালৰো জামিন মঞ্জুৰ।

দিল্লী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে।দিল্লী আৰক্ষীয়ে অভিযোগপত্ৰ অনুসৰি ২ ডিচেম্বৰৰ পৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আয়োজন কৰা প্ৰতিবাদ,হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ হৈ বিগত এবছৰো অধিক কাল তিহাৰ জেলত বন্দী হৈ আছিল দেৱাংগনা কলিতা। অৱশ্যে, অভিযোগপত্ৰখনৰ প্ৰাথমিক বিশ্লেষণৰ পিছত ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুল আৰু অনুপ জয়ৰাম ভাম্বানীক লৈ গঠিত উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে মন্তব্য কৰে।

media school
Leave A Reply

Your email address will not be published.