পৃথিৱীৰ মানচিত্ৰত অন্তৰ্ভুক্ত হ’ল পঞ্চমখন মহাসাগৰ

0 14,456

পৃথিৱীৰ মানচিত্ৰত নতুনকৈ অন্তৰ্ভুক্ত হ’ল এখন মহাসাগৰ।বিগত বছৰ বছৰ ধৰি চাৰি মহাসাগৰৰ স্থল হিচাপে খ্যাত পৃথিৱীত এতিয়াৰে পৰা আৰু এখন মহাসাগৰ সংযোজন হ’ল ।ইয়াকে লৈ পৃথিৱীপৃষ্ঠত ৫খন মহাসাগৰ হৈ পৰিল ।বিশ্বখ্যাত মানচিত্ৰত প্ৰস্তুত কৰোঁতা ‘নেচনেল জিঅ’গ্ৰাফিক’ -এ পৃথিৱীত পঞ্চমখন মহাসাগৰ ঘোষণা কৰিলে ।নতুনকৈ ঘোষিত এই মহাসাগৰখন নাম ছাউডাৰ্ণ অ’চেন তথা দক্ষিণ মহাসাগৰ ।


আমি অধ্যয়ন কৰি অহা মহাসাগৰ সমূহৰ বিষয়ে যদি কবলৈ যাও পাঠ্যপুথিত পাই অহা মহাসাগৰ সমূহৰ পঞ্চমখন মহাসাগৰ দক্ষিণ মহাসাগৰক সম্পূৰ্ণৰূপে মান্যতা প্ৰদান কৰি শেহতীয়াকৈ আন্তৰ্জাতিক পৰ্যায়ত

এই মহাসাগৰখনক মানচিত্ৰত সন্নিবিষ্ট কৰা হ’ল বুলি ‘নেচনেল জিঅ’গ্ৰাফিক ছ’চাইটীৰ জীঅ’গ্ৰাফাৰ এলেক্স টাইতে অফিচিয়েল ৱেবচাইটত প্ৰকাশ কৰিছে । এতিয়াৰ পৰা পৃথিৱীৰ মানচিত্ৰত পঞ্চমখন মহাসাগৰ হিচাপে মানচিত্ৰত স্থান লাভ কৰিলে।

media school
Leave A Reply

Your email address will not be published.