হংকঙত বন্ধ হৈ পৰিল গণতন্ত্ৰৰ সপক্ষত থকা কাকত ‘আপেল ডেইলী’

0 1,544

হংকঙৰ নতুন নিৰাপত্তা আইনীৰ প্ৰতি ভাবুকি সৃষ্টি কৰি অহাৰ অভিযোগত গণতন্ত্ৰৰ সপক্ষত থকা সংবাদপত্ৰ ‘আপেল ডেইলী’ৰ প্ৰকাশ যোৱাকালিৰ পৰা বন্ধ কৰি দিয়া হৈছে ।

২৬ বছৰ পাছত সংবাদপত্ৰখনৰ কার্যলয়ৰ বাহিৰত নিশা হাজাৰ হাজাৰ লোক উপস্থিত হৈ চৰকাৰ বিৰোধী শ্লোগান দিয়ে ।কেৱল সেয়াই নহয় অন্তিমদিন ৰূপে কাকতখনৰ প্ৰকাশৰ ক্ষেত্ৰতো এক অভিলেখ সৃষ্টি হয় ।যোৱাকালি ১০লাখ কপী কাকত ছপা কৰি উলিওৱা হয় অন্তিম বাৰৰবাবে ।

media school
Leave A Reply

Your email address will not be published.