পুনৰ অসুস্থ হৈ পৰিছে প্ৰখ্যাত অভিনেতা দিলীপ কুমাৰ

0 3,873

চিকিৎসালয়ৰ পৰা অব্যাহতি পোৱাৰ মাত্ৰ কেইসপ্তাহমান পিছতেই পুনৰ অসুস্থ হৈ পৰিছে প্ৰবীণ অভিনেতা দিলীপ কুমাৰ ।৯৮ বছৰীয়া অভিনেতাজনে শ্বাস প্ৰশ্বাস লোৱাত অসুবিধাৰ সন্মুখীন হোৱা বাবে যোৱা ৬জুন তাৰিখে হস্পিতালত ভৰ্তি কৰিছিল।

পুনৰ যোৱাকালি একেদৰে শ্বাসকষ্টৰ বাবে ততাতৈয়াকৈ হস্পিতালত ভৰ্তি কৰোৱা হয় ।বৰ্তমান তেওঁ সংকটজনক অৱস্থাত নাই যদিও চিকিৎসক সকলে ICU ত ৰাখি নিৰীক্ষণ কৰি আছে । এই খবৰ পোৱাৰ পাছতেই তেওঁৰ অনুৰাগী আৰু গুনমুগ্ধই আশু আৰোগ্য কামনা কৰি সামাজিক মাধ্যমত প্ৰাৰ্থনা জনাইছে ।

media school
Leave A Reply

Your email address will not be published.