বিশ্বৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

0 1,171

বিশ্বৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে ৯আগষ্টত অনুষ্ঠিত হ’ৱলগীয়া ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিশ্বৰ শান্তি ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ন ভুমিকা গ্ৰহন কৰি অহা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষতা কৰা বিষয়টোৱে বিশ্বৰ শক্তিশালী নেতাসকলক এবাৰলৈ হ’লেও ভবাই তুলিছে। সমগ্ৰ বিশ্বৰ সাগৰীয় নিৰাপত্তাৰ দৰে স্পৰ্সকাতৰ বিষয়সমুহৰ ওপৰত ৯আগষ্টত আলোচনা কৰা হ’ৱ। উল্লেখ্য যে ভাৰ্চুৱেল যোগে ভাৰতৰ পৰা অধ্যক্ষতা কৰিব কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নিৰাপত্তা পৰিষদৰ ৰিটেনচন নীতিৰ গ্ৰহনযোগ্যতাৰ বাবে অধ্যক্ষতা কৰিবলৈ সুবিধা পাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰসংঘৰ ভাৰতৰ স্থায়ী প্ৰতিনিধি TS ত্ৰিৰুমূৰ্ত্তিয়ে নিৰাপত্তা পৰিষদত ভাগ ল’ৱ।

media school
Leave A Reply

Your email address will not be published.